World Book Day Celebration On 23rd April 2022 Organised By Patidarrang College Library
Marathon Race Application Form Click Here
Free 7 Days English Speaking Course from 03.01.2022
Extention Service Of Patidarrang College
YOGA Program Organised By Patidarrang College
A Popular Talk-2 On Borgeet By Sankardev
Talk Show On Value Crisis In The Society Organised By Department Of Education
Free Oral Health Checkup Organised By Patidarrang College
Free Oral Health Checkup At Patidarrang College
Human Rights Day Observation
ইয়াৰ দ্বাৰা পাতিদৰং মহাবিদ্যালয়ত ২০২১/২০২২ বৰ্ষৰ বাবে স্নাতক প্ৰথম বাৰ্ষিকত নামভৰ্তি কৰিবলগীয়া ছাত্ৰ-ছাত্ৰীসকলৰ জ্ঞাতাৰ্থে জনোৱা হ’ল যে নামভৰ্তি অহা ২০ চেপ্তেম্বৰ সোমবাৰে ৰাতিপুৱা ১০ বজাৰপৰা আৰম্ভ হ’ব ৷ এইক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলে নিম্নলিখিত কথা কেইটা গুৰুত্ব সহকাৰে ল’ব লাগিব ৷ (১) এটা দিনত ১৫০জন ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিব পাৰিব ৷ এইক্ষেত্ৰত Merit List অনুসৰণ কৰা হ’ব ৷ (২) নামভৰ্তি ইং ২০/৯/২০২১, ২১/৯/২০২১, ২২/৯/২০২১, ২৩/৯/২০২১ আৰু ২৪/৯/২০২১ অনুষ্ঠিত কৰা হ’ব ৷ (৩) নিয়মীয়া ( Regular ) ছাত্ৰ-ছাত্ৰীসকলৰ নামভৰ্তি হোৱাৰ পিছতহে Gap ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ কথা মহাবিদ্যালয়ৰ Admission কমিটিয়ে বিবেচনা কৰিব ৷ (৪) ছাত্ৰ-ছাত্ৰীসকলে Admissionৰ সময়ত উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীৰ্ণ হোৱা Original মাৰ্কশ্বিট ( Lamination নকৰা), Certificate আদি দেখুওৱাৰ লগতে মাৰ্কশ্বিটখনৰ Xerox Copy এটা জমা দিয়াটো বাধ্যতামূলক ৷ ইয়াৰোপৰি বিনামূলীয়াকৈ নামভৰ্তি কৰিব বিচৰা ছাত্ৰ-ছাত্ৰীসকলে Original Income Certificate ( আয়ৰ প্ৰমাণ পত্ৰ) , গছপুলি ৰোপণৰ ফটো একপি আৰু ৩৩০ টকা মহাবিদ্যালয়ত জমা দিব লাগিব ৷ (৫) বিনামূলীয়া নামভৰ্তিৰ সুযোগ নোপোৱা ছাত্ৰ-ছাত্ৰীয়ে Honours নললে ৪,৭২০ টকা আৰু Honoursলৈ নামভৰ্তি কৰিলে ৪,৯৪০ টকা জমা দিব লাগিব ৷ (৬) নামভৰ্তিৰ সময়ত ছাত্ৰ-ছাত্ৰীসকল নিজে উপস্থিত থাকিব লাগিব মাস্ক পৰিধান কৰাটো বাধ্যতামূলক ৷
Admission কমিটি
পাতিদৰং মহাবিদ্যালয় ৷৷
তাৰিখ ঃ ১৮/৯/২০২১ ইং
ইয়াৰ দ্বাৰা পাতিদৰৎ মহাবিদ্যালয়ৰ স্নাতক প্ৰথম বৰ্ষ (B.A 1st year)ত Online যোগে নামভৰ্তিৰ বাবে প্ৰ-পত্ৰ জমা দিয়া সমূহ ছাত্ৰ-ছাত্ৰীৰ জ্ঞাতাৰ্থে জনোৱা হ’ল যে ঘৰুৱা বাৰ্ষিক আয় ২ লাখ টকাতকৈ কম থকা ছাত্ৰ-ছাত্ৰীসকলে “ প্ৰজ্ঞান ভাৰতী“ আচনিৰ জৰিয়তে বিনামূলীয়াকৈ নামভৰ্তি কৰিব বিচাৰিলে, তেওঁলোকে, তেওঁলোকৰ Online প্ৰ-পত্ৰত অতিৰিক্ত ভাৱে নিম্নলিখিত নথিসমূহ Upload কৰিব লাগিব- (১) ৰাজহ চক্ৰ বিষয়াৰপৰা সংগ্ৰহ কৰা Income Certificate ( আয়ৰ প্ৰমাণ পত্ৰ ) (২) নিজে ৰোপণ কৰি থকা গছপুলিৰ স্পষ্ট ফটো ৷ • ( চলিত মাহৰ ১৫ তাৰিখৰ ভিতৰত নামভৰ্তিৰ প্ৰ-পত্ৰত এই দুটা নথিUpload কৰিবলৈ জনোৱা হ’ল) নামভৰ্তিৰ তাৰিখঃ ২০ চেপ্তেম্বৰ, ইং ২০২১ চন সময় ঃ ৰাতিপুৱা ১০ বজাৰ পৰা ( বিঃদ্ৰঃ নামভৰ্তি কৰিবলগীয়া সকলো ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তিৰ দিনা মহাবিদ্যালয়ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ প্ৰমাণ পত্ৰ (Certificate) মাৰ্কশ্বিট ( Mark sheet) আদি লগতলৈ আহিব লাগিব)
32nd Establish Day Celebration
Online Invited Talk On The Occasion Of Librarians' Day 2021
Online Registration Will Be Open From 12 August 2021 For BA 1st Year Students.
IQAC Patidarrang College Has Organised Online Celebration Programme On International Yoga Day
A Workshop On OTB Exam Of GU Is Organised By The Economics Deptt, Patidarrang College
National Webinar
It Is For General Information To The Students Of 2nd Sem And 4th Sem Student That They Have To Submit Their Respective Unique ID Certificate On Or Before 17 August 2020.
Students Having Their Names Not Listed In The Merit List Can Re-apply Within 30 July
List Of Student Applied For BA 1st Year Admission,2020